প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ প্ৰথম দুখন মেচত জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
11 OCT 2023 10:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে: “অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত স্মৰণীয় জয়ৰ পিছত আমাৰ ক্ৰিকেট দলে বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে আকৰ্ষণীয় জয়ৰে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিছে। দলটোক অভিনন্দন।”
***
MS/BM
(रिलीज़ आईडी: 1967947)
आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam