প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কম্পাউণ্ড আৰ্চাৰীত সোণৰ পদক লাভ কৰা ওজস প্ৰবীণ দেওতালেক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
07 OCT 2023 8:36AM by PIB Guwahati
‘এছিয়ান গে’মছ’ত পুৰুষৰ ‘কম্পাউণ্ড আৰ্চাৰী’ৰ ব্যক্তিগত প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ওজস প্ৰবীণ দেওতালেক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:
"এছিয়ান গে’মছত পুৰুষৰ ‘কম্পাউণ্ড আৰ্চাৰী’ৰ ব্যক্তিগত প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰাৰ বাবে ওজস প্ৰবীণ দেওতালেক অভিনন্দন জনাইছোঁ। তেওঁৰ নিখুঁততা, দৃঢ়তা আৰু অটল মনোযোগে এই সাফল্য পুনৰাই সম্ভৱ কৰিছে আৰু আমাৰ দেশক গৌৰৱান্বিত কৰিছে।"
***
DS/KB
(रिलीज़ आईडी: 1965657)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam