প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মহিলা বক্সিঙৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত বক্সাৰ পাৰৱীন হুডাক অভিনন্দন জনায়

Posted On: 04 OCT 2023 7:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলা বক্সিঙৰ ৫৭ কিলোগ্ৰাম ওজন শাখাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত বক্সাৰ পাৰৱীন হুডাক অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

 

"বক্সিঙত আৰু এটা পদক…

 

মহিলা বক্সিঙৰ ৫৭ কিলোগ্ৰাম ওজন শাখাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত @BoxerHoodaক অভিনন্দন। এই পদক তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ।

 

তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা!"

 

Another Medal in Boxing...

Congratulations to @BoxerHooda for winning the Bronze Medal in the Women's Boxing 57kg event. This Medal is a testament to her hard work.
All the best for her future! pic.twitter.com/BA35QzdMQ9

— Narendra Modi (@narendramodi) October 4, 2023

 

**********

 

 

DS/ST/GS/BM



(Release ID: 1964534) Visitor Counter : 79