প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্কোয়াছ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভয় সিং আৰু অনাহত সিঙক অভিনন্দন জনাইছে
Posted On:
04 OCT 2023 7:15PM by PIB Guwahati
এছিয়ান গেমছত স্কোয়াছ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভয় সিং আৰু অনাহত সিঙক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;
“ভাৰতৰ হৈ স্কোয়াছ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভৰ বাবে @abhaysinghk98 আৰু @Anahat_Singh13ক অভিনন্দন জনালোঁ! এয়া সঁচাকৈয়ে এক কল্পনাতীত প্ৰদৰ্শন। আপোনালোকৰ আগন্তুক প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনালোঁ।”
****
DS/ST/SB
(Release ID: 1964484)
Read this release in:
Kannada
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam