প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছত্তীশগড়ৰ বস্তৰৰ ‘মা দন্তেশ্বৰী মন্দিৰ’ত প্ৰধানমন্ত্ৰীয়ে দৰ্শন আৰু পূজা সম্পন্ন কৰে

Posted On: 03 OCT 2023 3:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ বস্তৰৰ ‘মা দন্তেশ্বৰী মন্দিৰ’ত দৰ্শন আৰু পূজা সম্পন্ন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

 

"বস্তৰত ‘মা দন্তেশ্বৰী’ক উপাসনা কৰি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। ছত্তীশগড়ৰ মোৰ পৰিয়ালবৰ্গৰ সকলোৰে উন্নতি আৰু সমৃদ্ধি কামনা কৰিলোঁ। "

 

बस्तर में मां दंतेश्वरी की पूजा-अर्चना कर उनका आशीर्वाद लिया। उनसे छत्तीसगढ़ के अपने सभी परिवारजनों की उन्नति और खुशहाली की कामना की। pic.twitter.com/qklVdCiQZe

— Narendra Modi (@narendramodi) October 3, 2023

 

 

***


DS/TS/KB



(Release ID: 1964001) Visitor Counter : 77