প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ মন কী বাতে সম্পূৰ্ণ কৰিলে ৯ বছৰ
পোষ্ট কৰা হৈছে:
03 OCT 2023 3:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, আজি তেওঁৰ মাহিলী ৰেডিঅ' কাৰ্যক্ৰম মন কী বাতে ৯ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে ইয়াত সামৰি লোৱা কিছুমান বিষয়বস্তু আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰি এক অধ্যয়ন শ্বেয়াৰ কৰে।
ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু আই আই এম বেংগালুৰুৰ গৱেষণামূলক কামৰ এই অধ্যয়নত প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ ১০৫টা খণ্ডৰ প্ৰভাৱ বিশ্লেষণ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"আজি মন কী বাতে ৯ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে ইয়াত ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, বেংগালুৰুৰ এক আকৰ্ষণীয় অধ্যয়ন আগবঢ়োৱা হৈছে, য'ত সামৰি লোৱা কিছুমান বিষয়বস্তু আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে। এই মাধ্যমৰ জৰিয়তে আমি কেনেদৰে কেইবাটাও জীৱন যাত্ৰা আৰু সামূহিক প্ৰচেষ্টা উদযাপন কৰিছোঁ সেয়া আমোদজনক কথা।"
**********
(ৰিলিজ আই ডি : 1963889)
অতিথি কক্ষ : 149
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam