প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত ৰূপৰ পদক জয়ৰ বাবে পুৰুষৰ বে়ডমিণ্টন দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 OCT 2023 8:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ৰূপৰ পদক জয়ৰ বাবে পুৰুষৰ বে়ডমিণ্টন দলক অভিনন্দন জনাইছে।

তেওঁলোকৰ ব্যতিক্ৰমী দলীয় কাম, দক্ষতা আৰু সংকল্পৰ প্ৰশংসা কৰাৰ লগতে তেওঁ কয় যে তেওঁলোকে দেশবাসীক গৌৰবান্বিত কৰি তুলিলে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“এছিয়ান গেমছত ৰূপৰ পদক জয় কৰা আমাৰ পুৰুষ বেডমিণ্টন দলটোক শুভেচ্ছা জনালোঁ।

@srikidambi, @PRANNOYHSPRI, @lakshya_sen, @satwiksairaj, @Shettychirag04, @ManjunathMithun, @dhruvkapilaa, @SaiPratheek12, @arjunmr, @RohanKa43345391ক অভিনন্দন জ্ঞাপন কৰিলোঁ।

তেওঁলোকৰ ব্যতিক্ৰমী দলীয় কাম, দক্ষতা আৰু সংকল্পই দেশবাসীক গৌৰবান্বিত কৰি তুলিলে।”

***

DS/RT/DB


(रिलीज़ आईडी: 1963461) आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam