প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পুৰুষৰ ১৫০০ মিটাৰৰ ফাইনেলত অজয় কুমাৰ সৰোজৰ ৰূপৰ পদক অৰ্জনত আনন্দ প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
01 OCT 2023 8:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত ‘এছিয়ান গে’মছ ২০২২’ত পুৰুষৰ ১৫০০ মিটাৰৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অজয় কুমাৰ সৰোজক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা পোষ্ট কয়:
"এক সুন্দৰ প্ৰদৰ্শনক প্ৰশংসা কৰিছো!
আনন্দিত যে অজয় কুমাৰ সৰোজে ‘এছিয়ান গে’মছ’ত পুৰুষৰ ১৫০০ মিটাৰ ফাইনেলত ৰূপৰ পদক জিকিছে।
উৎকৃষ্টতাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিয়ে ভাৰতীয় এথলেটিকছত এক গৌৰৱময় অধ্যায় সংযোজিত কৰিলে।"
***
DS/TS/KB
(ৰিলিজ আই ডি : 1963451)
অতিথি কক্ষ : 111
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam