প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ চিত্তৌৰগড়ৰ সাঁৱৰিয়া শেঠ মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে

Posted On: 02 OCT 2023 4:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিত্তৌৰগড়ৰ সাঁৱৰিয়া শেঠ মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

"চিত্তৌৰগড়ৰ ঐতিহাসিক শ্ৰী সাঁৱৰিয়া শেঠ মন্দিৰত দৰ্শন-পূজন কৰি অভিভূত। ইয়াত মই ৰাজস্থানৰ মোৰ পৰিয়ালৰ লোকসকলৰ সুখ-সমৃদ্ধি কামনা কৰোঁ।"

**********

 

DS/TS



(Release ID: 1963384) Visitor Counter : 94