প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অনুষ আগৰৱালাক অভিনন্দন জনায়

प्रविष्टि तिथि: 28 SEP 2023 6:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অনুষ আগৰৱালাক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এটা এক্স পোষ্টত কয়;

"এছিয়ান গেমছত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক অনা বাবে অনুষ আগৰৱালাক অভিনন্দন। তেওঁৰ কৌশল আৰু সমৰ্পণ প্ৰশংসনীয়। তেওঁৰ পৰৱৰ্তী প্ৰয়াসৰ বাবে শুভকামনা।"

**********


(रिलीज़ आईडी: 1961868) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu