প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২২ৰ RS:X পুৰুষৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ইবাদ আলীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 SEP 2023 4:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝোত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত আৰ এছ:এক্স পুৰুষৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ইবাদ আলীক অভিনন্দন জ্ঞাপন কৰিছে। ছেইলিঙত তেওঁৰ চমকপ্ৰদ প্ৰদৰ্শনকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে টুইটাৰত এইদৰে কয়,
“ছেইলিঙত ইবাদ আলীৰ সুন্দৰ প্ৰদৰ্শন। এছিয়ান গেমছত RS:X পুৰুষৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি তেওঁ আমাক গৌৰৱান্বিত কৰে।
তেওঁৰ সাফল্যই দেখুৱাইছে যে আমাৰ যুৱ প্ৰতিভাৰ বাবে একোৱেই অসম্ভৱ নহয়। তেখেতলৈ মোৰ শুভেচ্ছা থাকিল।”
***
BM/MS
(रिलीज़ आईडी: 1961119)
आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada