প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্বৰ্গীয় দেৱ আনন্দৰ ১০০ সংখ্যক জন্ম জয়ন্তীত ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 26 SEP 2023 2:40PM by PIB Guwahati

স্বৰ্গীয় দেৱ আনন্দৰ ১০০ সংখ্যক জন্ম জয়ন্তীত ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"দেৱ আনন্দজীক ‘চিৰসেউজ শিল্পী’ হিচাপে স্মৰণ কৰা হয়। সাৱলীল কাহিীকাৰ হিচাপে আৰু চিনেমাৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ অতুলনীয় আছিল। তেওঁৰ চলচ্চিত্ৰসমূহে কেৱল মনোৰঞ্জনেই নহয়, ভাৰতৰ পৰিৱৰ্তনশীল সমাজ আৰু আকাংক্ষাকো প্ৰতিফলিত কৰিছিল। তেওঁৰ কালজয়ী অভিনয়েশৈলীয়ে প্ৰজন্মৰ পাচত প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। তেওঁৰ ১০০ সংখ্য জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰিছোঁ।"

***


(रिलीज़ आईडी: 1960911) आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Odia , Tamil , Telugu , Malayalam