প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তেজু বিমান বন্দৰ উন্নীতকৰণক স্বাগতম প্ৰধানমন্ত্ৰীৰ

Posted On: 24 SEP 2023 10:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেজু বিমান বন্দৰত নৱন‌িৰ্মিত আন্তঃগাঁথনিক আদৰণি জনাইছে, যিটো আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই উদ্বোধন কৰে। 

 

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে এক্স পোষ্টত কয়, "২০২২ চনৰ নৱেম্বৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী @narendramodiজীৰ দ্বাৰা ডঞি পল’ বিমান বন্দৰ উদ্বোধন কৰাৰ পিছত, উন্নীত তেজু বিমান বন্দৰৰ সংযোজন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, যিয়ে আমাৰ ৰাজ্যৰ সৈতে যোগাযোগ যথেষ্ট বৃদ্ধি কৰিব।"

 

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এইদৰে উত্তৰ দিয়ে

"অৰুণাচল প্ৰদেশ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগ ব্যৱস্থাৰ বাবে এক আশাপ্ৰদ খবৰ।"

 

Wonderful news for connectivity in Arunachal Pradesh and the entire Northeast. https://t.co/3MDy9IFhDy

— Narendra Modi (@narendramodi) September 24, 2023

 

 

*************************

DS/KG



(Release ID: 1960310) Visitor Counter : 97