প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ভগৱান বিশ্বকৰ্মাক প্ৰণাম প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 SEP 2023 8:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ভগৱান বিশ্বকৰ্মাক প্ৰণাম জনাইছে।
এক্সৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“ভগৱান বিশ্বকৰ্মাক প্ৰণাম জনালোঁ। তেওঁৰ কৃপাই নিষ্ঠা আৰু নিপুণতাৰে বিশ্বখন গঢ়ি তোলা আৰু উদ্ভাৱন কৰিবলৈ আমাক সকলোকে অনুপ্ৰাণিত কৰি থাকক।”
*******
(रिलीज़ आईडी: 1958665)
आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam