প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়া কাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 SEP 2023 9:10PM by PIB Guwahati
এছিয়া কাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে।
শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"সুন্দৰ প্ৰদৰ্শন টীম ইণ্ডিয়া!
এছিয়া কাপ বিজয়ৰ বাবে অভিনন্দন। আমাৰ খেলুৱৈসকলে প্ৰতিযোগিতাখনৰ জৰিয়তে অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে।"
—নৰেন্দ্ৰ মোদী(@narendramodi) ছেপ্টেম্বৰ ১৭, ২০২৩
Well played Team India!
Congratulations on winning the Asia Cup. Our players have shown remarkable skill through the tournament. https://t.co/7uLEGQSXey
— Narendra Modi (@narendramodi) September 17, 2023
*************************
DS/KG
(रिलीज़ आईडी: 1958404)
आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam