প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সম্পৰ্কে বিস্তৃত কভাৰেজ আৰু সজাগতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ‘আয়ুষ্মান ভৱঃ’ অভিযানে : প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 16 SEP 2023 3:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ এটা প্ৰবন্ধৰ সৈতে একমত প্ৰকাশ কৰি উল্লেখ কৰে যে আয়ুষ্মান ভৱঃ অভিযানত ব্যাপক কভাৰেজ, প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনাৰ বিষয়ে সজাগতা বিকাশ, স্বাস্থ্য একাউণ্ট আইডি সৃষ্টি আৰু গাওঁৰ লগতে নগৰীয়া ৱাৰ্ডসমূহত বিভিন্ন স্বাস্থ্য সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছে।  

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ X (টুইটাৰ) ত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:

“কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কেনেদৰে ‘আয়ুষ্মান ভৱঃ’ অভিযানে ব্যাপক কভাৰেজ, প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনাৰ বিষয়ে সজাগতা বিকাশ, স্বাস্থ্য একাউণ্ট আইডি সৃষ্টি আৰু গাওঁৰ লগতে নগৰীয়া ৱাৰ্ডসমূহত বিভিন্ন স্বাস্থ্য সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।”

*****


(रिलीज़ आईडी: 1958328) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , Manipuri , Punjabi , Telugu , Malayalam , Urdu , English , Marathi , Bengali , Gujarati , Odia , Tamil , Kannada