প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰোছ হাছানাহ উপলক্ষে সমগ্ৰ বিশ্বৰ ইহুদী লোকসকলক শুভেচ্ছা জনায়
प्रविष्टि तिथि:
15 SEP 2023 2:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোছ হাছানাহ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, ইজৰাইলৰ প্ৰিয় জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“শ্বানা টোভা! মোৰ বন্ধু, প্ৰধানমন্ত্ৰী @netanyahu, ইজৰাইলৰ প্ৰিয় জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী সমাজলৈ ৰোছ হাছানাহৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই নতুন বছৰে যেন সকলোৰে জীৱনলৈ সু-স্বাস্থ্য, শান্তি আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰে, তাৰেই কামনা কৰিলোঁ।”
*******
(रिलीज़ आईडी: 1957789)
आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam