পোষ্ট কৰা হৈছে:
14 SEP 2023 10:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷
টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“মোৰ পৰিয়ালৰ সকলোকে হিন্দী দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো৷ আশা কৰিছো হিন্দী ভাষাই ৰাষ্ট্ৰীয় একতা আৰু সদ্ভাৱনাৰ এনাজৰীডাল, যাতে সদায় শক্তিশালী কৰি ৰাখে৷”
*****