প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিআৰঅ’ৰ দ্বাৰা নিৰ্মাণ কৰা ৯০ টা আন্তঃগাঁথনি প্ৰকল্পক প্ৰশংসা কৰে যিসমূহ আজি ৰাষ্ট্ৰলৈ উৎসৰ্গিত কৰা হয়
प्रविष्टि तिथि:
12 SEP 2023 9:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২,৯০০ কোটি টকাৰো অধিক মূল্যৰে সীমান্ত পথ সংস্থা (বিআৰঅ’)ৰ দ্বাৰা নিৰ্মাণ কৰা আৰু ১১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত হৈ থকা ৯০ টা আন্তঃগাঁথনি প্ৰকল্পৰ প্ৰশংসা কৰে। প্ৰকল্পসমূহ আজি ৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে দেশবাসীক উৎসৰ্গা কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে
"এইসমূহ গুৰুত্বপূৰ্ণ প্ৰকল্প যি সীমান্ত অঞ্চলত আন্তঃগাঁথনি বৃদ্ধিত বহুদূৰ আগবাঢ়ি যাব!"
***
(रिलीज़ आईडी: 1956851)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam