প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        আচাৰ্য বিনোৱা ভাবেৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
                    
                    
                        
                    
                
                
                    Posted On:
                11 SEP 2023 3:29PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য বিনোৱা ভাবেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
জন্ম বাৰ্ষিকী উপলক্ষে আচাৰ্য বিনোৱা ভাবেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ সমাজ সংস্কাৰ আৰু প্ৰান্তীয় লোকৰ উত্থানৰ প্ৰতি তেওঁৰ অটল সমৰ্পণে আমাক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ নিস্বাৰ্থতা আৰু ঐক্যৰ উত্তৰাধিকাৰে আগন্তুক শতিকাত মানৱতাক মাৰ্গদৰ্শন কৰক।”
 
***
DS/TS/DB
                
                
                
                
                
                (Release ID: 1956341)
                Visitor Counter : 134
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Malayalam