প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিভা প্ৰদৰ্শন আৰু সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰাৰ বাবে সাংসদ সাংস্কৃতিক কাৰ্যসূচী এক ভাল পদক্ষেপঃ প্ৰধানমন্ত্ৰী

Posted On: 02 SEP 2023 8:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সাংসদ সাংস্কৃতিক কাৰ্যসূচী এক ভাল পদক্ষেপ, য’ত বিভিন্ন সংসদীয় সমষ্টিয়ে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন আৰু সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰাৰ এক সুযোগ পায়৷ শ্ৰী মোদীয়ে সকলে এই কাৰ্যসূচীৰ সৈতে জড়িত হ’বলৈ উৎসাহ যোগায়৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“সাংসদ সাংস্কৃতিক কাৰ্যসূচী এক ভাল পদক্ষেপ, য’ত বিভিন্ন সংসদীয় সমষ্টিয়ে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন আৰু সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰাৰ এক সুযোগ পায়৷ আজিকালি বিজেপিৰ সাংসদসকল ইয়াৰ আয়োজনত ভীষণ ব্যস্ত। এই সুযোগতে মইও মোৰ কাশীত এক বিনম্ৰ প্ৰচেষ্টা চলাইছো। ইয়াৰ লগত জড়িত অংশগ্ৰহণকাৰীক নিশ্চিতভাৱে উৎসাহিত কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো।”

***



(Release ID: 1954706) Visitor Counter : 99