প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিটিআইৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰৰ পূৰ্ণপাঠ

Posted On: 03 SEP 2023 5:36PM by PIB Guwahati

সংবাদ সংস্থা পিটিআয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সৰ এটা প’ষ্টত এই সাক্ষাৎকাৰৰ পূৰ্ণপাঠ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে।

"এয়া @PTI_Newsৰ সৈতে মোৰ সাক্ষাৎকাৰ। ইয়াত মই একাধিক বিষয়ত মোৰ চিন্তাধাৰা ব্যক্ত কৰিছোঁ, বিশেষকৈ ভাৰতৰ জি-২০ৰ অধ্যক্ষতা, গ্ল’বেল চাউথক কণ্ঠ প্ৰদানৰ বাবে আমাৰ প্ৰচেষ্টা, মানৱকেন্দ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ আৰু একাধিক বিষয়ত আলোচনা কৰা হৈছে। https://www.ptinews.com/news/big-story/transcript-of-pti-s-exclusive-interview-with-prime-minister-narendra-modi/642493.html

***

DS/SB



(Release ID: 1954586) Visitor Counter : 86