প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াবিদক শুভেচ্ছা জনাইছে
লগতে মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
29 AUG 2023 8:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত সকলো ক্ৰীড়াবিদক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকীতো তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্স (আগৰ টুইটাৰ) পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত সকলো ক্ৰীড়াবিদলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। দেশ আৰু জাতিলৈ তেওঁলোকৰ অৱদানৰ বাবে ভাৰত আজি গৌৰৱান্বিত। মেজৰ ধ্যান চান্দ মহোদয়কো তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো।”
********
(ৰিলিজ আই ডি : 1953473)
অতিথি কক্ষ : 141
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam