প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কম্বোডিয়া সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত মহামহিম ডাঃ হুন মেনেটক অভিনন্দন জনায়

प्रविष्टि तिथि: 24 AUG 2023 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম্বোডিয়া সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত মহামহিম ডাঃ হুন মেনেটক অভিনন্দন জনায়।

এক্সত এটা পোষ্টত, প্ৰধানমন্ত্ৰীয়ে কৈছে:

"কম্বোডিয়া সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত মহামহিম @Dr_Hunmanet_PM-ক অভিনন্দন। মই আমাৰ মৈত্ৰীপূৰ্ণ ঐতিহাসিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ আপোনাৰ সৈতে লগলাগি কাম কৰিবলৈ উৎসুক। @peacepalace_kh”

 

Congratulations H.E. @Dr_Hunmanet_PM on assuming charge as the Prime Minister of the Kingdom of Cambodia. I look forward to working closely with you for further elevating our friendly historical ties.@peacepalace_kh

— Narendra Modi (@narendramodi) August 24, 2023

 

**********


(रिलीज़ आईडी: 1952585) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam