প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৃষকক সুলভ ইউৰিয়া যোগান ধৰিবলৈ ১০ লাখ কোটি টকাৰ ৰাজসাহায্য আগবঢ়োৱা হৈছেঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

কৃষকলৈ ৩,০০০ টকা মূল্যৰ ইউৰিয়াৰ বেগ ৩০০ টকাত উপলব্ধ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়

Posted On: 15 AUG 2023 1:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণ প্ৰদানেৰে কয় যে চৰকাৰে কৃষকলৈ ইউৰিয়া ৰাজসাহায্য হিচাপে ১০ লাখ কোটি টকা আবন্টন জনাইছে। তেখেতে কয়, “বৈশ্বিকভাৱে প্ৰতি বেগত ৩,০০০ টকা ব্যয় হোৱা ইউৰিয়া কৃষকসকলক প্ৰতি বেগত ৩০০ টকাত প্ৰদানৰ অৰ্থে চৰকাৰে ইউৰিয়া ৰাজসাহায্য হিচাপে ১০ লাখ কোটি টকা আবন্টন জনাইছে।”

 

गरीबों को यूरिया सस्ता मिले, इसलिए सरकार 10 लाख करोड़ रुपये मेरे किसानों को यूरिया में सब्सिडी दे रही है : PM @NarendraModi जी pic.twitter.com/rMhVbz8We9

— Dr Mansukh Mandaviya (@mansukhmandviya) August 15, 2023

 

লালকিল্লাৰপৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক অৱগত কৰে যে ইউৰিয়াৰ বেগ যিসমূহ বিশ্বৰ একাংশ বজাৰত ৩,০০০ টকাকৈ কৃষকক বিক্ৰী কৰা হৈছিল, সেইসমূহ ৩০০ টকাৰো কম মূল্যত আগবঢ়োৱা হৈছে।

****



(Release ID: 1949284) Visitor Counter : 75