প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী-কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহ অৰ্থনীতি আৰু কৃষকসকলক শক্তিশালী কৰাৰ বাবে আমূল পৰিৱৰ্তনকাৰী দিশত পৰিণত: প্ৰধানমন্ত্ৰী

Posted On: 14 AUG 2023 8:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী-কিষাণ সমৃদ্ধি কেন্দ্ৰৰ (পিএমকেএছকে) গুৰুত্ব সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডব্য এটা েখা শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডব্য এটা টুইট ি-টুইট কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে িখিছে: “কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @mansukhmandviya লিখিছে যে প্ৰধানমন্ত্ৰী-কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহ কৃষকসকলক শক্তিশালী কৰা আৰু দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড শক্তিশালী কৰাৰ ক্ষেত্ৰত এক মূল পৰিৱৰ্তনকাৰী হিচাপে প্ৰমাণিত হৈছে।”

********



(Release ID: 1949188) Visitor Counter : 109