প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম বংগৰ বিধায়ক বিষ্ণু পদ ৰায়ৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
Posted On:
25 JUL 2023 2:23PM by PIB Guwahati
পশ্চিম বংগৰ বিধায়ক বিষ্ণু পদ ৰায়ৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“পশ্চিম বংগৰ বিধায়ক বিষ্ণু পদ ৰায় জীৰ অকাল মৃত্যুত শোকাহত হৈছোঁ। তেওঁ এগৰাকী কঠোৰ পৰিশ্ৰমী বিধায়ক আছিল। তেওঁ জনতাৰ আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছিল। তেখেতে @BJP4Bengalক শক্তিশালীকৰণৰ বাবেও অশেষ কষ্ট কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকবৃন্দলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”
********
(Release ID: 1949149)
Visitor Counter : 110
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam