প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

Posted On: 04 AUG 2023 2:00PM by PIB Guwahati

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী সুখবিন্দৰ সিং সুখুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

“হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @SukhuSukhvinderয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।

@CMOFFICEHP”

 

Chief Minister of Himachal Pradesh, Shri @SukhuSukhvinder, met Prime Minister @narendramodi.@CMOFFICEHP pic.twitter.com/OmrgbttTUL

— PMO India (@PMOIndia) August 4, 2023

 

 

 

***



(Release ID: 1948466) Visitor Counter : 65