প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰুণাচল ৰং মহোৎসৱ অৰুণাচল প্ৰদেশৰ চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ উদযাপন আৰু ই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
09 AUG 2023 5:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী, মুম্বাই, কলকাতা আৰু গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত অৰুণাচল ৰং মহোৎসৱ উদযাপন কৰা উপলক্ষে সুখ প্ৰকাশ কৰে।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেমা খাণ্ডুৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;
“অৰুণাচল ৰং মহোৎসৱ কেৱল এক অনুষ্ঠানেই নহয়; ই অৰুণাচল প্ৰদেশৰ চহকী আৰু বৈচিত্ৰময় সংস্কৃতিৰ উদযাপন। এয়া এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ৷ দিল্লী, মুম্বাই, কলকাতা আৰু গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত এই অনুষ্ঠানৰ আয়োজন হোৱা দেখি ভাল লাগিছে।”
****
(रिलीज़ आईडी: 1947206)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam