প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হুল দিৱস উপলক্ষে আদিবাসী সমাজৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 30 JUN 2023 4:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হুল দিৱস উপলক্ষে আদিবাসী সমাজৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটত কয়ঃ

“‘হুল দিৱস’ উপলক্ষে আমাৰ আমাৰ আদিবাসী সমাজৰ বীৰ-বীৰাংগনাসকলক সশ্ৰদ্ধ প্ৰণিপাত জনাইছো৷ এই বিশেষ অনুষ্ঠানে আমি অন্যায়ৰ বিৰুদ্ধে সিদ্ধু-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোকে ধৰি অন্যান্য পৰাক্ৰমী শৌৰ্য আৰু সাহসক স্মৰণ কৰায়৷ তেওঁলোকৰ সংগ্ৰামৰ কাহিনীয়ে দেশবাসীক সদায় প্ৰেৰিত কৰি থাকিব৷”

                                                                                 

***


(रिलीज़ आईडी: 1946336) आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam