প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী এন ৱিট্টলৰ বিয়োগত শোক প্ৰকাশ কৰে
Posted On:
03 AUG 2023 3:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰশাসনিক বিষয়া শ্ৰী এন ৱিট্টলৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কৈছে;
"শ্ৰী এন ৱিট্টল জীক এজন এনে উৎকৃষ্ট প্ৰশাসনিক বিষয়া হিচাপে মনত ৰখা হ'ব, যি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বিকাশৰ পথক সমৃদ্ধ কৰিলে। তেওঁ গুজৰাটত নিজৰ কাৰ্যকালৰ সময়ত ৰাজ্যখনৰ বিকাশতো মহত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁৰ বিয়োগত মই গভীৰ দুখ পাইছোঁ। তেওঁৰ পৰিজন আৰু মিত্ৰসকলৰ বাবে শোক সমবেদনা। ওম শান্তি।"
Shri N. Vittal Ji will be remembered as an outstanding civil servant, who enriched India’s growth trajectory across diverse sectors. He also played a pivotal role in Gujarat’s development during his career in the state. Pained by his demise. Condolences to his family and friends.… pic.twitter.com/xNIP2CR1pI
— Narendra Modi (@narendramodi) August 3, 2023
**********
(Release ID: 1945806)
Visitor Counter : 111
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam