প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ তৃতীয় বৈঠকৰ নৈশভোজত মহিলা নেত্ৰীসকলৰ ফটো শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
17 JUL 2023 12:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ সভাপতিত্বৰ সময়ত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ তৃতীয় বৈঠকৰ নৈশভোজত মহিলা নেত্ৰীসকলৰ এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ
"বিশ্বত আমাৰ ভৱিষ্যত নিৰ্ধাৰণত মহিলাসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা দাঙি ধৰাৰ ক্ষেত্ৰত অতি অনুপ্ৰেৰণাদায়ক ছবি।"
*************
(रिलीज़ आईडी: 1945105)
आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam