প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আগন্তুক এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা ফুটবল দলৰ অংশগ্ৰহণক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে
प्रविष्टि तिथि:
27 JUL 2023 6:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক এছিয়ান গেমছ ২০২৩ত ভাৰতীয় পুৰুষ আৰু মহিলা ফুটবল দলৰ অংশগ্ৰহণক লৈ আনন্দ প্ৰকাশ কৰিছে। ক্ৰীড়া মন্ত্ৰালয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২৩ত অংশগ্ৰহণৰ বাবে ভাৰতীয় ফুটবল দলসমূহক শিথিলতা প্ৰদান কৰিছে।
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি শ্ৰী কল্যাণ চৌবেৰ টুইটৰ সঁহাৰিত প্ৰধানমন্ত্ৰীয়ে কয়;
"সমগ্ৰ ভাৰতৰ ফুটবল অনুৰাগীসকলৰ বাবে এক ভাল খবৰ! ই এই খেলত উদীয়মান প্ৰতিভাকো উৎসাহিত কৰিব।"
************
(रिलीज़ आईडी: 1945073)
आगंतुक पटल : 130
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam