পোষ্ট কৰা হৈছে:
23 JUL 2023 9:39AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুক্তি যুঁজাৰু চন্দ্ৰশেখৰ আজাদক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়;
"দেশৰ মহান সুপুত্ৰ চন্দ্ৰশেখৰ আজাদক তেওঁৰ জয়ন্তীত কোটি-কোটি নমন। মাতৃভূমিৰ ৰক্ষাৰ বাবে তেওঁৰ বলিদানৰ কাহিনীয়ে দেশবাসীক চিৰকাল অনুপ্ৰাণিত কৰি থাকিব।"
**********