প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৮৮ সংখ্যক জন্মদিনত দালাই লামাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 06 JUL 2023 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই মান্যবৰ দালাই লামাক তেওঁৰ ৮৮সংখ্যক জন্মদিন উপলক্ষে ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“মান্যবৰ @DalaiLamaৰ সৈতে ফোনযোগে কথা পাতিলো আৰু তেওঁৰ ৮৮সংখ্যক জন্মদিন উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰো৷ তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰিলো৷”

******


(रिलीज़ आईडी: 1938288) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam