প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ল’জান ডাইমণ্ড লীগ ২০২৩ত জয়ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JUL 2023 2:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ল’জান ডাইমণ্ড লীগ ২০২৩ত জয়ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়,
‘ল’জান ডাইমণ্ড লীগত জিলিকি উঠাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন। অসাধাৰণ প্ৰদৰ্শনৰ বাবেই তেওঁ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰতিভা, নিষ্ঠা আৰু উৎকৃষ্টতাৰ অদম্য সাধনা প্ৰশংসনীয়।”
***
(रिलीज़ आईडी: 1937379)
आगंतुक पटल : 167
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam