প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
খাৰ্চি পূজা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
26 JUN 2023 8:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খাৰ্চি পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক(ডাঃ) মাণিক সাহাৰ এক টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"খাৰ্চি পূজাৰ শুভেচ্ছা। চতুৰ্দশ দেৱতাৰ আশীৰ্বাদ যেন সদায় আমাৰ সৈতে থাকে তাৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ। সকলোৰে শান্তি আৰু সমৃদ্ধি কামনা কৰিছোঁ"
*************
(ৰিলিজ আই ডি : 1936811)
অতিথি কক্ষ : 176
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam