প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইজিপ্তৰ গ্ৰেণ্ড মুফতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
25 JUN 2023 5:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ জুনত ইজিপ্তৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত ইজিপ্তৰ গ্ৰেণ্ড মুফতি মহামহিম ড° শ্বাউকি ইব্ৰাহিম আল্লামক সাক্ষাৎ কৰে।
গ্ৰেণ্ড মুফতিয়ে শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে, আৰু ভাৰত আৰু ইজিপ্তৰ মাজত থকা শক্তিশালী সাংস্কৃতিক তথা জনসাধাৰণৰ সম্পৰ্কক আলোকপাত কৰে। গ্ৰেণ্ড মুফতিয়ে সৰ্বাংগীনতা আৰু বহুত্ববাদৰ পোষকতাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ শলাগ লয়।
সমাজত সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি আৰু উগ্ৰবাদ প্ৰতিহত সম্পৰ্কীয় বিষয়সমূহৰ ওপৰতো আলোচনাত গুৰুত্ব আৰোপ কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে ইজিপ্তৰ সামাজিক ন্যায় মন্ত্ৰালয়ৰ অধীনত দাৰ-আল-ইফতাত তথ্য-প্ৰযুক্তিৰ এটা উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰিব বুলি আশ্বাস দিয়ে।
***
(रिलीज़ आईडी: 1936362)
आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam