প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতিৰ ওপজা দিনত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
20 JUN 2023 8:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুলৈ ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"ৰাষ্ট্ৰপতিজীক ওপজা দিনৰ শুভেচ্ছা জনাইছোঁ। সকলো নাগৰিকৰ কল্যাণৰ বাবে জ্ঞান, গৰিমা আৰু প্ৰতিশ্ৰুতিৰ এক কিৰণৰ ৰূপত দেশৰ প্ৰগতিক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ বাবে তেওঁ প্ৰশংসিত। তেওঁৰ ত্যাগে আমাক সকলোকে অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। @rashtrapatibhvn"
*************
(ৰিলিজ আই ডি : 1935283)
অতিথি কক্ষ : 120
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam