প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যোগৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছৰ
प्रविष्टि तिथि:
21 JUN 2023 8:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোগৰ গুৰুত্বসন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মহাসচিব শ্ৰী এণ্টনিঅ' গুটেৰেছৰ সৈতে একমত হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কামনা কৰে যে যোগ দিৱসে আমাক সকলোকে ওচৰলৈ আনিব আৰু আমাৰ পৃথিৱীৰ স্বাস্থ্যউন্নত কৰিব।
এক টুইটযোগে ৰাষ্ট্ৰসংঘৰ মহাসচিবে কয় যে বিভক্ত পৃথিৱীত যোগে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সংযোগ কৰিছে, যাৰ বাবে ই শক্তি, সম্প্ৰীতি আৰু শান্তিৰ উৎস।
ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"যোগৰ গুৰুত্ব সন্দৰ্ভত @antonioguterres মহাসচিবৰ সৈতে @UN সম্পূৰ্ণৰূপে সন্মত। যোগ দিৱসে আমাক সকলোকে ওচৰ চপাই আনিব আৰু আমাৰ গ্ৰহটোৰ স্বাস্থ্য উন্নত কৰিব।
***
(रिलीज़ आईडी: 1934580)
आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam