প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মাইলাইফ এপত ২ কোটিৰো অধিক লোকৰ অংশগ্ৰহণৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 06 JUN 2023 9:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাই লাইফ এপত মুকলি হোৱাৰ এমাহৰো কম সময়ৰ ভিতৰত ২ কোটিৰো অধিক লোকৰ অংশগ্ৰহণক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ এটা টুইট শ্বেয়াৰ কৰি টুইটযোগে কয়:

"উৎসাহজনক স্থিতি, আমাৰ গ্ৰহটো উন্নত কৰাৰ বাবে এক সামূহিক উৎসাহৰ লক্ষণ। "

*****


(रिलीज़ आईडी: 1932810) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam