প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো কাৰ্যই মানুহৰ জীৱন উন্নত কৰাৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈ গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
30 MAY 2023 9:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰে দেশৰ সেৱাত ৯ বছৰ সম্পূৰ্ণ কৰাৰ বাবে সকলোকে বিনম্ৰতা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে।
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"আজি আমি দেশৰ সেৱাত ৯ বছৰ সম্পূৰ্ণ কৰাৰ বাবে সকলোৰে প্ৰতি বিনম্ৰতা আৰু কৃতজ্ঞতাৰে মোৰ অন্তৰ ভৰি পৰিছে। প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো কাৰ্যই মানুহৰ জীৱন উন্নত কৰাৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত গ্ৰহণ কৰা হৈছে। উন্নত ভাৰত গঢ়িবলৈ আমি আৰু অধিক কষ্ট কৰি যাম।
#9YearsOfSeva "
*****
(ৰিলিজ আই ডি : 1929564)
অতিথি কক্ষ : 181
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada