প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুষ্কৰত পূজা সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
31 MAY 2023 8:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুষ্কৰ মন্দিৰত পূজা সম্পন্ন কৰে আৰু নাগৰিকসকলৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"পুষ্কৰত ভগৱান ব্ৰহ্মাজীৰ মন্দিৰত উপাসনা আৰু ঐশ্বৰিক দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। দেশবাসীৰ সুস্বাস্থ্য, সমৃদ্ধি আৰু কল্যাণ কামনা কৰিছোঁ।"
***
(रिलीज़ आईडी: 1928902)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam