প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰপুৰৰ লোকসভাৰ সাংসদ শ্ৰী বালুভাউ নাৰায়ণৰাও ধানোৰকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
30 MAY 2023 11:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰপুৰৰ লোকসভাৰ সাংসদ শ্ৰী বালুভাউ নাৰায়ণৰাও ধানোৰকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
"চন্দ্ৰপুৰৰ লোকসভাৰ সাংসদ শ্ৰী বালুভাউ নাৰায়ণৰাও ধানোৰকাৰজীৰ মৃত্যুত মৰ্মাহত হৈছোঁ। জনসেৱা আৰু দৰিদ্ৰসকলৰ সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা স্মৰণীয় হৈ ৰ'ব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।"
*************************
(ৰিলিজ আই ডি : 1928891)
অতিথি কক্ষ : 175
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada