প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন সংসদ ভৱন নিৰ্মাণ কৰা শ্ৰমিকসকলক সম্বৰ্ধনা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 MAY 2023 7:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে শ্ৰমিকসকলৰ অৱদানক স্মৰণ কৰাৰ লক্ষ্যৰে নতুন সংসদ ভৱনত এটা নতুন গেলেৰীও নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে টুইট যোগে কয়, "আজি আমি আমাৰ সংসদৰ নতুন ভৱনউদ্বোধন কৰাৰ লগতে শ্ৰমিকসকলক তেওঁলোকৰ অক্লান্ত নিষ্ঠা আৰু কাৰুশিল্পৰ বাবে সন্মানিত কৰিছো।"

 

****


(रिलीज़ आईडी: 1928319) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam