প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰিচেপ তায়িপ এৰ্ডোগানক তুৰ্কীৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে
পোষ্ট কৰা হৈছে:
29 MAY 2023 9:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিচেপ তায়িপ এৰ্ডোগানক তুৰ্কীৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
তুৰ্কীৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচনৰ বাবে @RTErdoganক অভিনন্দন! মই নিশ্চিত যে আমাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু বৈশ্বিক বিষয়ত সহযোগিতা অনাগত সময়ত বৃদ্ধি হৈ থাকিব।"
*************************
(ৰিলিজ আই ডি : 1928174)
অতিথি কক্ষ : 170
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam