প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

Posted On: 09 MAY 2023 10:22PM by PIB Guwahati

আজি ৰাষ্ট্ৰপতি ভৱনত প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় :

"প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। যিসকলক সাঁহসিকতা বঁটা প্ৰদান কৰা হৈছে তেওঁলোকৰ বাবে আমি গৌৰৱান্বিত। তেওঁলোকৰ সাহসে আমাক সদায় অনুপ্ৰাণিত কৰিব।"

****



(Release ID: 1928024) Visitor Counter : 97