প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কানপুৰ বিমানবন্দৰত চিভিল এনক্লেভ উদ্বোধনৰ শলাগ লয়

Posted On: 26 MAY 2023 9:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কানপুৰ বিমানবন্দৰত নতুন অসামৰিক এনক্লেভে যাতায়ত সহজ হ’ব আৰু সুযোগ সম্প্ৰসাৰণ কৰিব।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

"বহুত অভিনন্দন! কানপুৰ বিমানবন্দৰত সুবিধাসমূহৰ এই সম্প্ৰসাৰণে মানুহৰ বাবে বিমান ভ্ৰমণ সহজ কৰি তুলিব, আনহাতে ই বহুতো নতুন সুযোগসৃষ্টি কৰিব।"

***



(Release ID: 1927881) Visitor Counter : 69