প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিবঃ প্ৰধানমন্ত্ৰী

Posted On: 28 MAY 2023 12:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিব৷ শ্ৰী প্ৰধানমন্ত্ৰীয়ে কায়িকভাৱে এখন নামফলক উন্মোচন কৰি নতুন সংসদ ভৱন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“আজিৰ দিনটো আমাৰ সমগ্ৰ দেশবাসীৰ বাবে অবিস্মৰণীয়৷ সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস এই যে এই দিব্য আৰু ভব্য ভৱনে প্ৰতিগৰাকী ব্যক্তিৰ সবলীকৰণৰ লগতে ৰাষ্ট্ৰৰ সমৃদ্ধি আৰু সামৰ্থ্যৰ নতুন গতি আৰু শক্তি প্ৰদান কৰিব৷”

*******



(Release ID: 1927878) Visitor Counter : 90