প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে বয়োজ্যেষ্ঠ অভিনেতা সৰথ বাবুৰ বিয়োগত শোক প্ৰকাশ কৰে
प्रविष्टि तिथि:
22 MAY 2023 7:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বয়োজ্যেষ্ঠ অভিনেতা সৰথ বাবুৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়;
"শ্ৰী সৰথ বাবু জী বহুমুখী আৰু সৃজনীশীল আছিল। তেওঁক নিজৰ দীঘলীয়া কেৰিয়াৰৰ সময়ছোৱাত কেইবাটাও ভাষাত বহু জনপ্ৰিয় কামৰ বাবে স্মৰণ কৰা হ'ব। তেওঁৰ বিয়োগত দুখ পাইছোঁ। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকলৰ প্ৰতি সমবেদনা। ঔম শান্তি।"
**********
(रिलीज़ आईडी: 1926875)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam